বাগটাত লাখটকীয়া আঁচনি উদ্বোধন ভৱেশ কলিতাৰ

কামৰূপ জিলা পৰিষদৰ অধীনস্থ সভাঘৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । বাংলাদেশত সনাতনী সভ্যতা সংস্কৃতিক ধ্বংশ কৰিবলৈ ওলোৱা কাৰ্যক গৰিহণা সভাপতি গৰাকীৰ ।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
1

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ বাগটাত উপস্থিত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতা। কেইবা লাখ টকীয়া চৰকাৰী আঁচনি উদ্বোধন কৰে সভাপতি গৰাকীয়ে ।

Advertisment

কামৰূপ জিলা পৰিষদৰ অধীনস্থ সভাঘৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । বাংলাদেশত সনাতনী সভ্যতা সংস্কৃতিক ধ্বংশ কৰিবলৈ ওলোৱা কাৰ্য তথা হিন্দু নাগৰিকৰ বিৰুদ্ধে চলা কাৰ্যকলাপক গৰিহণা দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ।

সাংবাদিকৰে হোৱা বাৰ্তালাপত নেতাগৰাকীয়ে কা আইন সন্দৰ্ভতো মত ব্যক্ত কৰে । কা আইনৰ প্ৰয়োজনীয়তা বৰ্তমান সময়ত অনুধাৱন কৰিব পাৰি বুলি মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

ভৱেশ কলিতা