New Update
/asomiyapratidin/media/media_files/2026/02/20/166-2026-02-20-12-23-25.jpg)
- গুৱাহাটীৰ জয়ানগৰৰ ইন্দ্রপ্রস্ত এপাৰ্টমেণ্টত যুৱকৰ মৃতদেহ উদ্ধাৰ।
- এপাৰ্টমেণ্টটোৰ প্রথম মহলাৰ ১০৪নং কোঠাত উদ্ধাৰ মৃতদেহটো।
- মাজনিশা বন্ধুৰ কোঠালৈ আহিছিল যুৱকজন।
- নিশা দুই বন্ধু কেইবাবাৰো ওলাই গৈছিল বাহিৰলৈ।
- এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে দেখিছিল বিলাসী বাহনৰে অহা-যোৱা কৰাৰ দৃশ্য।
- কিন্তু হঠাতে যুৱকজনৰ মৃতদেহ উদ্ধাৰৰ পিছতে চাঞ্চল্য।
- ঘটনাস্থলীত উপস্থিত হৈছে বশিষ্ঠ আৰক্ষী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us