/asomiyapratidin/media/media_files/2025/02/12/iX8bfdeMJFimwsX31gBo.jpg)
ডিজিটেল সংবাদ,নতুন দিল্লীঃ আজি নতুন দিল্লীৰ অসম হাউচত অসম ভৱন কৰ্তৃপক্ষৰ দ্বাৰা বীৰ চিলাৰায় দিৱস উদযাপন ৷ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, সাংসদ ৰঞ্জিত দত্ত, প্ৰদান বৰুৱা, বিজুলী কলিতা মেধি, কামাখ্যা প্ৰসাদ তাছা, অমৰ সিং তিছু আৰু অসম ভৱনৰ বিষয়া কৰ্মচাৰী সকল ৷ বীৰ চিলাৰায়ৰ বীৰত্ব, কৰ্মৰাজিক অসমে সদায় স্মৰণ কৰিব বুলি মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷