New Update
/asomiyapratidin/media/media_files/2025/06/07/vJAmiS7YNnsfcHsbzi9E.jpg)
- ঈদৰ দিনা লামডিঙত গো- মাংস লৈ অহা এজনক আটক ।
- লংকা পৰা এজন যুৱকে ৰে’লযোগে লামডিঙলৈ বেগত কঢ়িয়াই আনিছিল মাংসখিনি।
- বৰলংফাৰত থকা পৰিয়াললৈ বুলি মাংসখিনি লৈ আহিছিল যুৱকজনে।
- ধৃত ব্যক্তিজনৰ নাম মুক্তাৰ আনচাৰি।
- গো- মাংস কঢ়িয়াই অনা ব্যক্তিজনৰ ঘৰ লংকা মাণ্ডলিকত ।
- আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত লামডিং ডি আৰ এম পথৰ পৰা উদ্ধাৰ কৰে মাংসখিনি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us