হাজোৰ কেবাখনো হোটেলৰ পৰা জব্দ গো মাংসৰ ব্যঞ্জন...

অবৈধ বৃত্তিৰ লগত জড়িত চাৰি ব্যৱসায়িক আটক কৰে হাজো আৰক্ষীয়ে। আটক হোৱা ব্যৱসায়ী কেইজন ক্ৰমে মহচেদ আলী, চানিদুল ইছলাম, চহিদুল ইছলাম জমিৰ ভূঞা...

author-image
Asomiya Pratidin
New Update
1
  • হাজোৰ বুল্লুট বজাৰত হাজো আৰক্ষীৰ বৃহৎ অভিযান।
  • অবৈধ গো মাংস বিচাৰি অভিযান চলাই হাজো আৰক্ষীয়ে।
  • খান হোটেল,জনেট ৰেষ্টোৰেন্ত,জুমি হোটেলত অভিযান আৰক্ষীৰ।
  • হোটেল কেইখনৰ পৰা জব্দ বৃহৎ পৰিমাণৰ গো মাংসৰ ব্যঞ্জন।
  • অবৈধ বৃত্তিৰ লগত জড়িত চাৰি ব্যৱসায়িক আটক হাজো আৰক্ষীৰ।
  • আটক হোৱা ব্যৱসায়ী কেইজন মহচেদ আলী,চানিদুল ইছলাম,চহিদুল ইছলাম জমিৰ ভূঞা।
  • সমগ্ৰ ঘটনা সন্দৰ্ভত হাজো আৰক্ষীৰ তদন্ত আৰম্ভ।
হাজো