/asomiyapratidin/media/media_files/2026/01/22/2-2026-01-22-09-00-16.jpg)
ডিজিটেল ডেস্কঃ বটদ্ৰৱাৰ ভোমোৰাগুৰিৰ কুৰুলীয়া পামৰ পৰা আটক এটা বনৰীয়া চৰাই চোৰাং চিকাৰী। চোৰাং চিকাৰীটোৰ পৰা জব্দ মেশ্বিন আৰু চৰাই চিকাৰ কৰা জালসহ কিছু সামগ্ৰী। ধৃত চোৰাং চিকাৰীটোৰ নাম নুৰ জামাল জানিব পৰা গৈছে। ইপিনে কুৰুলীয়া পামত নিশা চৰাই চিকাৰ কৰি থকা অৱস্থাত স্থানীয় ৰাইজে আটক কৰে চিকাৰীটোক।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/1-2026-01-22-08-59-45.jpg)
ধৃত নুৰ জামালৰ ঘৰ সমীপৰে ধনীয়াভেটি গাঁৱত। নিশাই স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়াৰ পাছত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us