ঢকুৱাখনাত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বাটৰ নাট...

নাটৰ জৰিয়তে মহাবীৰ লাচিত বৰফুকনৰ মহান ত্যাগ আৰু বীৰত্বৰ গুণানুকীৰ্তন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বাটৰ নাট...

লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বাটৰ নাট

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ জাতীয় বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ উপলক্ষে সোমবাৰে বিয়লি ঢকুৱাখনা নগৰত মঞ্চস্থ কৰে এখন বাটৰ নাট। ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত পৌৰ সভাৰ জৰিয়তে ঢকুৱাখনা নগৰৰ মূল চাৰিআলিত "মই লাচিতে কৈছোঁ " নামৰ বাটৰ নাট খনৰ সফল মঞ্চায়ন কৰা বুলি জানিবলৈ দিয়ে।

Advertisment

ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা , পৌৰ সভাৰ কাৰ্যবাহী বিষয়া অভিজাত বৰা , সহকাৰী আয়ুক্ত মানৱ জ্যোতি দাস ,ৰিমা কৌশিক , নিৰ্বাচনী বিষয়া কুল ভূষণ পেগু, মহকুমা আঁচনি বিষয়া মৃদু পৱন দত্ত বৰা, সমূহ পৌৰ আয়ুক্ত ,কৰ্মীৰ লগতে বহু সংখ্যক দৰ্শক উপস্থিত থকা বাটৰ নাটৰ জৰিয়তে মহাবীৰ লাচিত বৰফুকনৰ মহান ত্যাগ আৰু বীৰত্বৰ গুণানুকীৰ্তন কৰে।

আৰু পঢ়কঃ পত্নীৰ কোলাতেই শেষ নিশ্বাস ত্যাগ কৰিলে নবিবাহিত মুনজিতে !

assam lachit divas dhakuakhana LACHIT BORPHUKAN