বটদ্ৰৱাত ৰহস্যজনকভাৱে উদ্ধাৰ আৰক্ষী কনিষ্ঠবলৰ মৃতদেহ

বটদ্ৰৱাত নিশা ৰহস্যজনকভাৱে উদ্ধাৰ এজন আৰক্ষী কনিষ্ঠবলৰ মৃতদেহ। বটদ্ৰৱা আৰক্ষী থানাৰ পৰা মাত্ৰ এশ মিটাৰ নিলগত উদ্ধাৰ মৃতদেহটো। ধিং আৰক্ষী থানাত কৰ্মৰত আৰক্ষী কনিষ্ঠবল জনৰ নাম ৰতন মুক্তিয়া

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • বটদ্ৰৱাত নিশা ৰহস্যজনকভাৱে উদ্ধাৰ এজন আৰক্ষী কনিষ্ঠবলৰ মৃতদেহ
  • বটদ্ৰৱা আৰক্ষী থানাৰ পৰা মাত্ৰ এশ মিটাৰ নিলগত উদ্ধাৰ মৃতদেহটো
  • ধিং আৰক্ষী থানাত কৰ্মৰত আৰক্ষী কনিষ্ঠবল জনৰ নাম ৰতন মুক্তিয়া
  • মৃতদেহৰ লগতে উদ্ধাৰ এএছ০২-এজি-৮৩৪০ নম্বৰৰ এখন মটৰ চাইকেল
  • ঘটনাস্থলিত ইতিমধ্যে উপস্থিত বটদ্ৰৱা আৰক্ষী 
বটদ্ৰৱা