" বটদ্ৰৱাত বুজন পৰিমাণৰ গাঞ্জা জব্দ বটদ্ৰৱাৰ শান্তিজান বজাৰৰ পৰা জব্দ গাঞ্জাখিনি বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰিদৰ্শক বীৰেন কলিতাৰ নেতৃত্বত চলিছিল অভিযান গাঞ্জা সহ আটক ধনীয়াভেটি গাঁৱৰ মাৰফৎ আলিক ১ কেজি ১০০ গ্রাম গাঞ্জা জব্দ আৰক্ষীৰ "