New Update
/asomiyapratidin/media/media_files/2025/08/23/breaking-news-2025-08-23-08-27-55.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। বটদ্ৰৱাৰ ধনীয়াভেটি সংযোগী ৰাজপথৰ দাঁতিত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত ব্যক্তিৰ মৃতদেহ ৷ স্থানীয় লোকে সন্দেহ কৰা অনুসৰি নিশা লোকজনক হত্যা কৰি এইদৰে পথৰ কাষত পেলাই থৈ হৈছে দুৰ্বৃত্তই।
পুৱাই অচিনাকি ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে।