/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/exad5waa/plpl.jpg)
বটদ্ৰৱাৰ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ একনিষ্ঠ সেৱক, ভকত মণি আতৈৰ বিয়োগ।
কিছু দিন ধৰি ৰোগত আক্ৰান্ত হৈ আছিল মনি আতৈ, সোমবাৰে ২ বজাত নিজ বাসগৃহত ইহলোকৰ পৰা পৰলোকলৈ গমন কৰে।
উল্লেখ্য যে, মনি আতৈ বুলি কলে বটদ্ৰৱা থানৰ এগৰাকী চিনাকী ভকত, এমোকোৰা হাঁহিৰে সৈতে ভকত বৈষ্ণৱ, তীৰ্থযাত্ৰী সকলক কীৰ্তন ঘৰলৈ আদৰে মনি আতৈয়ে।
তেখেতৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বটদ্ৰৱাৰ ভকত বৈষ্ণৱে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-11/afkjl23f/FBIMG1728266909485.jpg)