বটদ্ৰৱা থানাৰ ১০০মিটাৰ নিলগত উদ্ধাৰ আৰক্ষী কনিষ্ঠবলৰ মৃতদেহ...

মঙলবাৰে নিশা বটদ্ৰৱাত ৰহস্যজনকভাৱে এজন আৰক্ষী কনিষ্ঠবলৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী থানাৰ পৰা প্ৰায় ১০০মিটাৰ নিলগত উদ্ধাৰ হৈছে আৰক্ষী গৰাকীৰ মৃতদেহ। ৰতন মুক্তিয়া নামৰ

New Update
ikkkk

ডিজিটেল ডেস্কঃ মঙলবাৰে নিশা বটদ্ৰৱাত ৰহস্যজনকভাৱে এজন আৰক্ষী কনিষ্ঠবলৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী থানাৰ পৰা প্ৰায় ১০০মিটাৰ নিলগত উদ্ধাৰ হৈছে আৰক্ষী গৰাকীৰ মৃতদেহ। ৰতন মুক্তিয়া নামৰ কনিষ্ঠবলগৰাকী কৰ্মৰত হৈ আছিল ধিং আৰক্ষী থানাত।

Advertisment

এই খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰিছে। বটদ্ৰৱা আৰক্ষীয়ে সদৰি কৰিছে যে, মৃতদেহৰ সৈতে এখন মটৰ চাইকেলো উদ্ধাৰ কৰিছে আৰক্ষীয়ে। উদ্ধাৰ হোৱা মটৰ চাইকেলখনৰ নম্বৰ- AS02-AG-8340।

 

 

বটদ্ৰৱা বটদ্ৰৱা থানা কাণ্ড নগাঁও-বটদ্ৰৱা