/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/19a50f7e-ed5c-4212-a3af-af810d15af82/bashishtha_22.jpg)
bashitha dev sarma
অৱশেষত পৰলোকপ্ৰাপ্তি হ'ল বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাৰ।
জি এম চি এইচ ভৰ্তি হৈ আছিল বুঢ়া সত্ৰাধিকাৰগৰাকী।
কেইবাটাও ৰোগত আক্ৰান্ত সত্ৰাধিকাৰগৰাকী যোৱা ১১ অক্টোবৰৰ পৰা ভৰ্তি হৈ আছিল জি এম চি এইছত।
আজি কিছু সময়ৰ পূৰ্বে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছে।
সত্ৰাধিকাৰগৰাকী ক্ৰনিক লিভাৰ ডিজিচ ৰোগত আক্ৰান্ত আছিল।
পূৰ্বেও তেওঁক জি এম চি এইছত ভৰ্তি কৰোৱা হৈছিল।