/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/5688a69d-656c-4cf7-90ec-31792308c870/bashistha_dev_sarma_22.jpg)
bashistha dev sarma
ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব বশিষ্ঠ দেৱ শৰ্মাৰ।
মন্ত্ৰী বিমল বৰাই কৰিলে ঘোষণা।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত এই সিদ্ধান্ত গ্ৰহণ অসম চৰকাৰৰ।
সোমবাৰে বৰপেটাত হ'ব শেষকৃত্য অনুষ্ঠান।
আজিয়েই জি এম চি এইছৰ পৰা বৰপেটালৈ লৈ যোৱা হ'ব বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰদেহ।
আজি নিশা তেওঁৰ নশ্বৰ দেহ ৰখা হ'ব সুন্দৰীদিয়াৰ নিজা বাসভৱনত।
দেওবাৰে পুৱা তেওঁৰ মৃতদেহ লৈ যোৱা হ'ব বৰপেটা সত্ৰৰ বৰখাললৈ।
ইয়াতেই দেওবাৰে ভকত, বৈষ্ণৱে শেষ দৰ্শন কৰিব বুঢ়া সত্ৰীয়াৰ নশ্বৰ দেহ।