বৰপেটাৰোডত নকল সোণৰ নাওসহ চাৰিজনক গ্রেপ্তাৰ

বৰপেটাৰোডত আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত সোণৰ নাওসহ ৪জন লোকক গ্রেপ্তাৰ।

author-image
Asomiya Pratidin
New Update
image (11)
  • বৰপেটাৰোডত আৰক্ষীৰ অভিযান
  • অভিযানত সোণৰ নাওসহ ৪জন লোকক গ্রেপ্তাৰ
  • গ্রেপ্তাৰ শ্বাহ ফৈজল, কুলদীপ মিশ্র, আব্দুল মফিজ, ইশ্রাফুল আলী
  • আটাইকেইজনৰে ঘৰ উত্তৰ প্রদেশত বুলি জানিব পৰা গৈছে 
  • জব্দ কৰা সোণৰ নাওখনৰ ওজন প্ৰায় ১.৬০০ কিলোগ্রাম
  • আৰক্ষীয়ে লোককেইজনৰ পৰা উদ্ধাৰ কৰিছে নগদ ৪লাখ টকা
  • জব্দ কৰা সোণৰ নাওখন আচল নে নকল সেয়াও নিশ্চিত হোৱা নাই
  • শিমলাগুৰিৰ ৰাষ্ট্রীয় ঘাইপথৰ উৰণ সেতুৰ তলত অভিযান চলাইছিল আৰক্ষীয়ে

বৰপেটাৰোড