New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
বৰপেটাত দেশ বিৰোধী মন্তব্য কৰি আৰক্ষীৰ জালত যুৱক
- বৰপেটাত দেশ বিৰোধী মন্তব্য কৰি আৰক্ষীৰ জালত যুৱক।
- ধৃত যুৱকজন সুখোৱাৰঝাৰ গাঁৱৰ আলাউদ্দিনৰ পুত্র ছহিদুল ইছলাম।
- সামাজিক মাধ্যমত পাকিস্তান জিন্দাবাদ বুলি লিখিছিল ছহিদুলে।
- ইতিমধ্যে জে’ল হাজোতলৈ প্রেৰণ কৰিছে ধৃত ছহিদুল ইছলামক।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us