New Update
/asomiyapratidin/media/media_files/2025/07/22/breaking-news-2025-07-22-17-15-37.jpg)
- বঙাইগাঁৱত ভাৰাঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ কনিষ্ঠ অভিযন্তাৰ মৃতদেহ
- লোক নিৰ্মাণ বিভাগৰ কনিষ্ঠ অভিযন্তাগৰাকী জোচিকা দাস
- প্রায় এবছৰ পূৰ্বৰে পৰা লোক নিৰ্মাণ (গৃহ) বিভাগত কৰ্মৰত হৈ আছিল জোচিকা দাস
- আত্মহত্যাৰ পূৰ্বে অভিযন্তাগৰাকীয়ে লিখি থৈ গৈছে এটা টোকা
- আত্মহত্যা টোকাত নাম আছে আন দুগৰাকী অভিযন্তাৰ
- বৰপাৰাস্থিত ভাৰঘৰত উদ্ধাৰ কনিষ্ঠ অভিযন্তাগৰাকীৰ মৃতদেহ