আজি শেষকৃত্য সম্পন্ন কৰা হ’ব বাপ্পীদাৰ….

আজি শেষকৃত্য সম্পন্ন কৰা হ’ব বাপ্পীদাৰ….

author-image
asomiyapratidin
New Update
সোণৰ দৰেই জিলিক আছিল তেওঁ…

ডিজিটেল ডেস্কঃ মঙ্গলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰা বলিউডৰ বিখ্যাত সংগীত শিল্পী বাপ্পী লাহিড়ীৰ আজি শেষকৃত্য সম্পন্ন কৰা হ'ব। পুৱা ১০ বজাত ভিলে পাৰ্লে শ্মশানত শেষকৃত্য কৰা হ'ব সংগীত শিল্পীগৰাকীৰ। মঙলবাৰে নিশা ১১:৪৫ বজাত ৬৯ বছৰ বয়সত বাপ্পী মৃত্যু হোৱা বাপ্পী দাৰ পুত্ৰৰ বাবে অপেক্ষা কৰাৰ বাবেই তেওঁৰ শেষকৃত্যৰ অনুষ্ঠানত বুধবাৰৰ পৰিবৰ্তে বৃহস্পতিবাৰে অনুষ্ঠিত কৰা হৈছে।

Advertisment

বুধবাৰে নিশা বাপ্পীদাৰ পুত্ৰ আমেৰিকাৰ পৰা আহি মুম্বাইত উপস্থিত হৈছে। বাপ্পীদাৰ মৃত্যুত সমগ্ৰ বলিউডৰ লগতে দেশত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে, দীৰ্ঘদিনধৰি অসুস্থ হৈ আছিল সংগীত শিল্পীগৰাকী।

bappi lahiri