New Update
/asomiyapratidin/media/media_files/2025/07/10/nkkkkkk-2025-07-10-21-23-38.jpg)
ডিজিটেল সংবাদ, শিলচৰ: কাছাৰ আৰু শ্ৰীভুমি জিলাত পুনৰ অবৈধ বাংলাদেশী আটক কৰা হৈছে। দুয়োখন জিলাৰ পৰা ৫ গৰাকী বাংলাদেশী আৰু ৩ গৰাকী ৰোহিংগীয়া নাগৰিকক আটক কৰে আৰক্ষীয়ে।
অবৈধ ভাবে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত আটক কৰা বাংলাদেশী কেইজনক বুধবাৰে পুনৰ বাংলাদেশলৈ পঠিয়াই দিয়া হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us