বনজ্যোতি কৌদিন্যলৈ "ব্ৰহ্মপুত্ৰ ৰত্ন যুৱ অসমীয়া সন্মান-২০২৫''

সাংস্কৃতিক-সমাজকৰ্মী বনজ্যোতি কৌদিন্যলৈ "ব্ৰহ্মপুত্ৰৰত্ন যুৱ অসমীয়া সন্মান-২০২৫"।'কাব্যধ্বনি অসম'ৰ মুখ্য সম্পাদক যোগেন বিকাশ গগৈয়ে ঘোষণা কৰে চলিত বৰ্ষৰ বঁটাপ্ৰাপকৰ নাম।

author-image
Asomiya Pratidin
New Update
KOBITA 30
  • সাংস্কৃতিক-সমাজকৰ্মী বনজ্যোতি কৌদিন্যলৈ "ব্ৰহ্মপুত্ৰৰত্ন যুৱ অসমীয়া সন্মান-২০২৫"।
  • 'কাব্যধ্বনি অসম'ৰ মুখ্য সম্পাদক যোগেন বিকাশ গগৈয়ে ঘোষণা কৰে চলিত বৰ্ষৰ বঁটাপ্ৰাপকৰ নাম।
  • অহা ১ আৰু ২ নৱেম্বৰত তিনিচুকীয়াৰ মাকুম বাৰেকুৰিত তেওঁক প্ৰদান কৰা হ'ব এই বঁটা। 
  • অসম সাহিত্য সভা আৰু কাব্যধ্বনি অসম'ৰ ৰাষ্ট্ৰীয় কবি সন্মিলনত বনজ্যোতি কৌদিন্যক প্ৰদান কৰা হ'ব এই বঁটা।
কবিতা