জুবিনৰ গান বজাবলৈ কোৱা যুৱকক হত্যা কৰা সুজিত সৰকাৰক কঠোৰ শাস্তিৰ দাবী

যুৱকজনৰ নাম আছিল অবিনাশ ৰজকৰ। এই কথাতে ৰজকৰক প্ৰহাৰ কৰিছিল সুজিত সৰকাৰৰ নেতৃত্বত এটা ২০ জনীয়া দলে। সংকটজনক অৱস্থাত যুৱকজনক লৈ যোৱা হৈছিল কেজিএমটি হাস্পতাললৈ।

author-image
Asomiya Pratidin
New Update
1
  • বামুনী মৈদানৰ ৰেলৱে কলনীত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডই ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। 
  • জাগৰীতি সংঘৰ দুৰ্গা পূজাস্থলিত হৈছিল এই কাণ্ড
  • জুবিন গাৰ্গৰ গীত বজাবলৈ অনুৰোধ কৰিছিল এজন যুৱকে
  • যুৱকজনৰ নাম আছিল অবিনাশ ৰজকৰ
  • এই কথাতে ৰজকৰক প্ৰহাৰ কৰিছিল সুজিত সৰকাৰৰ নেতৃত্বত এটা ২০ জনীয়া দলে।
  • সংকটজনক অৱস্থাত যুৱকজনক লৈ যোৱা হৈছিল কেজিএমটি হাস্পতাললৈ।
  • তাতে মৃত্যু হয় যুৱকজনৰ।
  • সুজিত সৰকাৰক গ্ৰেপ্তাৰ আৰু কঠোৰ শাস্তিৰ দাবী পৰিয়ালৰ
গুৱাহাটী হত্যাকাণ্ড