বৰষুণ বিচাৰি বালিপৰাৰ বামগাঁও চাহবাগিছাত হোম যজ্ঞ...

বৰষুণ বিচাৰি বালিপৰাৰ বামগাঁও চাহবাগিছাত হোম যজ্ঞ...

author-image
Asomiya Pratidin
New Update
বৰষুণ বিচাৰি বালিপৰাৰ বামগাঁও চাহবাগিছাত হোম যজ্ঞ...

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোণিতপুৰৰ বালিপৰাত বৰষুণ বিচাৰি হোমযজ্ঞ। বালিপৰাৰ বামগাঁও চাহ বাগিছাত গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি বৰুণ দেৱতাক তুষ্ট কৰিবৰ বাবে হোম যজ্ঞ কৰে ৰাইজে।

Advertisment

চাহ বাগিছাখনৰ কৰ্মচাৰী আৰু শ্ৰমিক সকলে অঞ্চলটোৰ শিৱ মন্দিৰত যজ্ঞখন অনুষ্ঠিত কৰে। উল্লেখ্য যে প্ৰচণ্ড গৰম আৰু ৰ'দৰ ফলত ৰাইজৰ মাজত হোৱা অসুবিধা আৰু প্ৰখৰ ৰ'দৰ বাবে চাহ বাগিছসমূহত চাহ গছ সমূহ শুকাই যোৱা পৰিপ্ৰেক্ষিতত বামগাঁও চাহ বাগিছাত এনেদৰে শ্ৰমিক আৰু বাগিছা কৰ্তৃপক্ষই বৰুণ দেৱতাক তুষ্ট কৰিবৰ বাবে হোমযজ্ঞ অনুষ্ঠিত কৰে ।

Also Read: কাকীত অসম সাহিত্য সভাৰ পঞ্চম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ সফল সামৰণি...

balipara rain