বাক্সাৰ নয়াবস্তিত বনৰীয়া হাতীৰ তাণ্ডৱ

বাক্সাৰ বিভিন্ন অঞ্চলত অব্যাহত বনৰীয়া হাতীৰ তাণ্ডৱ। প্ৰাণৰ শংকাত উজাগৰী নিশা কটাবলগীয়া হৈছে অঞ্চলবাসীয়ে।

author-image
Asomiya Pratidin
New Update
image (11)

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ হাতী-মানুহৰ সংঘাত। এইবাৰ বাক্সাৰ নয়াবস্তিত বনৰীয়া হাতীৰ তাণ্ডৱ। বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী কিশোৰী।

উল্লেখ্য যে, প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়তে কিশোৰীগৰাকীক আক্ৰমণ কৰে বনৰীয়া হাতীটোৱে। ইপিনে নিহত কিশোৰীগৰাকীৰ নাম সুলেখা বর্মন বুলি জানিব পৰা গৈছে। 

বাক্সা