অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন বাক্সা জিলা সমিতিৰ উদ্যোগত সম্বৰ্ধনা সভা

অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন বাক্সা জিলা সমিতিৰ উদ্যোগত সম্বৰ্ধনা সভা

author-image
Asomiya Pratidin
New Update
অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন বাক্সা জিলা সমিতিৰ উদ্যোগত সম্বৰ্ধনা সভা

ডিজিটেল সংবাদ,বাক্সা : বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী গাৰামদেউত দেওবাৰে সদৌ অসম অন্যান্য পিছপৰা শ্ৰেণী সন্মিলন বাক্সা জিলা সমিতিৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।

উক্ত সম্বৰ্ধনা সভাতে ২০২৪ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃৰ্তী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সম্বৰ্ধনা সভাত ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অনুপ্ৰেৰণা মূলক বক্তব্য ৰাখে।

Also Read: ৰাজ্যৰ আৰক্ষী-প্রশাসনত ব্যাপক সাল-সলনি

baksa district