বজালীৰ মুগুৰীয়া নলনা সংযোগী দলঙৰ আধাৰশিলা স্থাপন

বজালীবাসীৰ বাবে সু-খবৰ। বজালীৰ মুগুৰীয়া নলনা সংযোগী দলংৰ আধাৰশিলা স্থাপন। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশনাত জিলা সভাপতি মুকুট কলিতাই  এই আধাৰশিলা স্থাপন কৰে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ বজালীৰ মুগুৰীয়া নলনা সংযোগী দলংৰ আধাৰশিলা স্থাপন। মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নিৰ্দেশনাত জিলা সভাপতি মুকুট কলিতাই  এই আধাৰশিলা স্থাপন কৰে। বিশ্ববেঙ্কৰ অৰ্থ সাহাৰ্য্য পূঁজিৰে ইএপি শিতানৰ অধীনত নিৰ্মাণ কৰা হ'ব এই দলংখন। প্ৰায় ১ কোটি ৬৯ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিব দলংখন।

উল্লেখ্য যে, ৰাইজৰ  দীৰ্ঘদিনীয়া এই  সমস্যা সমাধান হোৱাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। লগতে আধাৰশিলা স্থাপন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ উন্নয়নৰ ধাৰা অব্যাহত আছে বুলি মন্তব্য  প্ৰকাশ কৰে মুকুট কলিতাই। 

বজালী