গুজৰাটত বজালীৰ এজন বিএছএফ জোৱানৰ মৃত্যু

গুজৰাটত বজালীৰ এগৰাকী BSF জোৱানৰ মৃত্যু। কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু জোৱান গৰাকীৰ। জোৱানগৰাকী বজালীৰ গেৰুৱাপাৰাৰ ৰাতুল বায়ন (৩৩) ।

author-image
Asomiya Pratidin
New Update
fsfsdfs
  • গুজৰাটত বজালীৰ এগৰাকী BSF জোৱানৰ মৃত্যু
  • কৰ্তব্যৰত অৱস্থাত অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু জোৱান গৰাকীৰ
  • জোৱানগৰাকী বজালীৰ গেৰুৱাপাৰাৰ ৰাতুল বায়ন (৩৩) 
  • গুজৰাট গান্ধীনগৰৰ ১৩৭ নং বেটেলিয়ন কেম্পত কৰ্তব্যৰত আছিল ৰাতুল বায়ন
  • জোৱানগৰাকীৰ মৃত্যুত সমগ্ৰ বজালীত শোকৰ ছাঁ
  • আজি বিয়লিৰ ভাগত নশ্বৰদেহ নিজ বাসগৃহত অহাৰ সম্ভাৱনা
BSF