বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথত আৰক্ষীৰ গুলীচালনা

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰু চুৰি চক্রটোৰ ৩টা সদস্যক। হাজোৰ চাইজুদ্দিন আলী, আজিজৰ ৰহমানক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে সৰ্থেবাৰীৰ জেহেৰুল ইছলামকো কৰে গ্রেপ্তাৰ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ বাইহাটা চাৰিআলিৰ গোৰেশ্বৰ পথত আৰক্ষীৰ গুলীচালনা। চোৰাং গৰু সৰবৰাহকাৰীলৈ লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ। আৰক্ষীৰ বাহনত খুন্দিয়াই পলায়নৰ চেষ্টা কৰিছিল দলটোৱে। 

উল্লেখ্য যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে গৰু চুৰি চক্রটোৰ ৩টা সদস্যক। হাজোৰ চাইজুদ্দিন আলী, আজিজৰ ৰহমানক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। লগতে সৰ্থেবাৰীৰ জেহেৰুল ইছলামকো কৰে গ্রেপ্তাৰ। 

ইপিনে আৰক্ষীয়ে গুলীচালনা কৰি জব্দ কৰে গো-সৰবৰাহকাৰীৰ বাহন। জব্দকৃত বাহনৰ পৰা উদ্ধাৰ অস্ত্ৰ-শস্ত্ৰসহ অন্যান্য সামগ্ৰী। 

বাইহাটা চাৰিআলি