New Update
/asomiyapratidin/media/media_files/2025/12/24/new-ap-web-2-33-2025-12-24-09-05-19.jpg)
- শ্ৰীভূমি গাচ কালিবাৰী পথত গ্ৰেপ্তাৰ সন্দেহজনক বাংলাদেশী নাগৰিক
- মঙলবাৰে স্থানীয় ৰাইজে আটক কৰি গতাই দিলে আৰক্ষীক
- আটকাধীন লোকজন বাংলাদেশৰ জাকিগঞ্জ জিলাৰ
- গাচ কালিবাৰী ৰোডত লোকজনক আটক কৰে স্থানীয় লোকে
- লোকজনৰ পৰা উদ্ধাৰ বাংলাদেশৰ নোট
- ধৃত লোকজনে বাংলাদেশৰ বুলি পৰিচয় দিয়াত গতাই দিয়ে শ্ৰীভূমি আৰক্ষীক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us