New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/gmail.jpg)
- দীৰ্ঘসময় ধৰি সমগ্ৰ বিশ্বতে বিকল হৈ আছে সকলোৰে ব্যৱহাৰ কৰা জি-মেইল ।
- জি-মেইল বিকল হোৱাৰ ফলত কাম কাজ কৰাৰ ক্ষেত্ৰত অসুবিধাত পৰিছে জি-মেইল ব্যৱহাৰ কাৰী সকল ।
- তথ্য আপলোডত অসুবিধাৰ সন্মুখীন জি-মেইল ব্যৱহাৰকাৰী ।
- জি-মেইল সেৱাত অসুবিধা হোৱা বাবে টুইটাৰত ট্ৰেণ্ডিং #gmaildown
- জি-মেইল বিকলকলৈ গুগুলৰ অনুসন্ধান ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us