New Update
/asomiyapratidin/media/media_files/2025/11/27/1-2025-11-27-23-10-14.jpg)
- ড০ মামনি ৰয়ছম গোস্বামী স্মাৰক সাহিত্য বঁটা-২০২৫ ঘোষণা
- বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক ড০ সমুদ্রগুপ্ত কাশ্যপলৈ এই বঁটা
- ২৯ নৱেম্বৰত ড০ মামনি ৰয়ছম গোস্বামীৰ চতুৰ্দশ মৃত্যু দিৱসৰ দিনা প্রদান কৰা হ’ব এই বঁটা
- বঁটাত থাকিব গামোচা, চেলেং, মানপত্র, স্মাৰক, কিতাপৰ টোপোলা আৰু নগদ ধন
- মিৰ্জাত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব সাহিত্যিকগৰাকীৰ মৃত্যু দিৱস
- দক্ষিণ কামৰূপ ছাত্র সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব এই কাৰ্যসূচী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us