ভাৰত - অষ্ট্ৰেলিয়া শৃংখলাঃ ছামী বাহিৰ,উমেশ যাদৱৰ প্ৰত্যাৱৰ্তন...

কোভিড আক্ৰান্ত মহম্মদ ছামী

author-image
Asomiya Pratidin
New Update
ভাৰত - অষ্ট্ৰেলিয়া শৃংখলাঃ ছামী বাহিৰ,উমেশ যাদৱৰ প্ৰত্যাৱৰ্তন...

Shami-Umesh

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ অক্টোবৰত অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ'ব টী ২০ বিশ্বকাপ ক্ৰিকেট। তাৰ পূৰ্বে ছেপ্তেম্বৰত ভাৰতৰ মাটিত টী - ২০ শৃংখলা খেলাৰ বাবে অষ্ট্ৰেলিয়া মুখামুখি হ'ব ভাৰতৰ বিৰুদ্ধে।

Advertisment

কিন্তু শৃংখলাৰ পূৰ্বে ৰোহিত বাহিনীৰ অন্যতম অভিজ্ঞ পেচাৰ মহম্মদ ছামীৰ কোভিড আক্ৰান্তৰ বাতৰিয়ে চিন্তিত কৰিছে দলীয় মেনেজমেন্টৰ লগতে অধিনায়ক ৰোহিত শৰ্মাক। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলাত খেলিব নোৱাৰিব অভিজ্ঞ পেচাৰ ছামীয়ে। ছামীৰ অভাৱ পূৰ কৰিবলৈ জাতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে দলৰ অন্যতম পেচাৰ উমেশ যাদৱে। উল্লেখ্য যে দীৰ্ঘ সময়ৰ বিৰতিৰ অন্তত সীমিত অভাৰৰ শৃংখলাৰ বাবে আমন্ত্ৰণ লাভ কৰিছে যাদৱে।

bcci