বোকাখাতত জব্দ চোৰাং গো-ধন, আটক সৰবৰাহকাৰী...

author-image
Asomiya Pratidin
New Update
বোকাখাতত জব্দ চোৰাং গো-ধন, আটক সৰবৰাহকাৰী...


Advertisment
  • এইবাৰ গো-ধন সৰবৰাহৰ নতুন কৌশল অৱলম্বন সৰবৰাহকাৰীৰ৷

  • কন্টেইনাৰ ট্ৰাকত সৰবৰাহ অবৈধ গো-ধন ৷

  • AS 01 CC 8143 নম্বৰৰ কন্টেইনাৰ ট্ৰাকখনত সৰবৰাহ ৪১ টাকৈ গো-ধন ৷

  • বোকাখাতৰ বিহৰা বজাৰৰ পৰা চামগুৰিলৈ আনি আছিল গো-ধনখিনি ৷

  • গো-ধন সৰবৰাহৰ সৈতে জড়িত চামগুৰি বৰমাৰ মহম্মদ মফিজুদ্দিন নামৰ চালকজনক আটক ৷

bokakhat cow smugglers assam