জুবিন গাৰ্গৰ বাসগৃহত প্ৰখ্যাত উদ্যোগপতি গৌতম আদানি

জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত গৌতম আদানি আৰু তেওঁৰ পুত্ৰ। দেওবাৰে নিশা ৯-৩০ বজাত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় আদানি আৰু তেওঁৰ পুত্ৰ।

author-image
Asomiya Pratidin
New Update
445
  • জুবিন গাৰ্গৰ বাসগৃহত প্ৰখ্যাত উদ্যোগপতি গৌতম আদানি
  • জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত গৌতম আদানি আৰু তেওঁৰ পুত্ৰ।
  • দেওবাৰে নিশা ৯-৩০ বজাত জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় আদানি আৰু তেওঁৰ পুত্ৰ।
  • জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰে বাৰ্তালাপ আদানিৰ।
  • শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে উদ্যোগপতিগৰাকীয়ে। 
  • শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাই আদানি আৰু তেওঁৰ পুত্ৰই।
  • ১৫ দিন পাছত জুবিন গাৰ্গৰ পৰিয়ালৰে যোগাযোগ কৰিব গৌতম আদানিৰ টীমে।
  • জুবিন গাৰ্গক ব্যক্তিগতভাৱে ভালপায় আদানিয়ে।
  • জুবিন গাৰ্গৰ স্মৃতি সংৰক্ষণ কৰিবলৈ সাজু আদানি।  
জুবিন গাৰ্গ