New Update
/asomiyapratidin/media/media_files/2024/11/23/jq57RQZR40hUH6KCxHIH.png)
- প্ৰথম ৰাউণ্ডৰ অন্তত বিহালীত বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱালে লাভ কৰিছে ৪,৩৫০ টা ভোট।
- কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই লাভ কৰিছে ৩,২৫৯ টা ভোট।
- চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে লাভ কৰিছে ৪৩৩টা ভোট।
- আম আদমি প্ৰাৰ্থী অনন্ত গগৈয়ে লাভ কৰিছে ১০৫টা ভোট।
- নোটাত পৰিছে ১৬৪টা ভোট।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us