নগাঁও চিকিৎসা মহাবিদ্যালয়ত ইলোৰা বিজ্ঞান মঞ্চই আগবঢ়ালে মৃতদেহ

নগাঁও চিকিৎসা মহাবিদ্যালয়ত ইলোৰা বিজ্ঞান মঞ্চই আগবঢ়ালে মৃতদেহ। ননৈৰ খাটৰগাঁৱৰ প্ৰয়াত ভৱানী মেধীৰ মৃতদেহ দান কৰিলে ইলোৰা বিজ্ঞান মঞ্চই।

author-image
Asomiya Pratidin
New Update
412
  • নগাঁও চিকিৎসা মহাবিদ্যালয়ত ইলোৰা বিজ্ঞান মঞ্চই আগবঢ়ালে মৃতদেহ।
  • ননৈৰ খাটৰগাঁৱৰ প্ৰয়াত ভৱানী মেধীৰ মৃতদেহ দান কৰিলে ইলোৰা বিজ্ঞান মঞ্চই।
  • জীৱিত অৱস্থাতে ভৱানী মেধিয়ে মৃতদেহ দান কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল।
  • ভৱানী মেধিৰ পুত্ৰ বিপ্লৱ মেধিয়ে তেঁওৰ মৃতদেহ গতাই দিলে ইলোৰা বিজ্ঞান মঞ্চক।
  • শুকুৰবাৰে নগাঁও চিকিৎসা মহাবিদ্যালয়ক ইলোৰা বিজ্ঞান মঞ্চই হস্তান্তৰ কৰে ভৱানী মেধিৰ মৃতদেহ । 

WhatsApp Image 2025-12-05 at 1.27.14 PM

নগাঁও