New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/AAP-10.jpg)
- উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ গৌৰখপুৰ(নগৰ) সমষ্টিত আগবাঢ়ি আছে।
- বিজেপিৰ গুৰুত্বপূৰ্ণ নেতা কেশৱ প্ৰসাদ মুৰ্য্য ছিৰাথু সমষ্টিত পি ছপৰি আছে।
- পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰনজিত সিং চন্নী দুয়োটা সমষ্টিতে পিছ পৰি আছে।
- নৱজোত সিং সিদ্ধু পিছ পৰি আছে।
- লুধিয়ানাৰ ১৩ খন আসনতে আপৰ প্ৰাৰ্থী আগবাঢ়ি আছে।
- আপৰ প্ৰাৰ্থী কুলৱন্ত সিং ১৬,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us