New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ed154541-ae11-4700-a962-069081b882ee/111.jpg)
নাগালেণ্ডৰ চেটাপবস্তিত অসমীয়া যুৱকক হত্যা ।
যুৱকজনক গেলেকী বগী চাপৰিৰ কৃষ্ণ চাহু বুলি চিনাক্ত ।
নাগালেণ্ডৰ তুলসীঘাটৰ এখন দলঙৰ তলত উদ্ধাৰ মৃতদেহ ।
দুৰ্বৃত্তই হত্যা কৰি পেলাই থৈ গ’ল যুৱকজনক ।
ইংলক থানাত ৰখা হৈছে যুৱকজনৰ মৃতদেহ ।