New Update
/asomiyapratidin/media/media_files/2025/10/21/whatsapp-image-2025-10-21-20-48-03.jpeg)
- উত্তৰ প্ৰদেশৰ বাৰাণসীত উদ্ধাৰ অসমৰ ব্যক্তিৰ মৃতদেহ
- ১৫ অক্টোবৰত কামৰূপৰ শিলিগুৰিৰ মহিম কলিতাই যাত্ৰা কৰিছিল পাঞ্জাবলৈ
- গুৱাহাটীৰ পৰা ৰে'লযোগে পত্নী আৰু পুত্ৰৰ সৈতে যাত্ৰা কৰিছিল মহিম কলিতাই
- পাঞ্জাৱ গৈ থকা অৱস্থাতে ৰে'লৰ পৰা নিৰুদ্দেশ হৈছিল কলিতা
- চাৰিদিন ধৰি নিৰুদ্দেশ হৈ আছিল বাৰাণসী ৰে'ল ষ্টেচনৰ পৰা
- আজি বাৰাণসী আৰক্ষীয়ে উদ্ধাৰ কৰে মহিম কলিতাৰ মৃতদেহ
- ঘটনাক লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত
- মৃত কলিতাৰ পুত্ৰ ৰাকেশ কলিতা ভাৰতীয় নৌ সেনাত কৰ্মৰত