অসম চুক্তিৰ ৩৯বছৰ উপলক্ষে ধুবুৰীত বন্তি প্ৰজ্বলন কাৰ্যসূচী

অসম চুক্তিৰ ৩৯বছৰ উপলক্ষে ধুবুৰীত বন্তি প্ৰজ্বলন কাৰ্যসূচী

author-image
Asomiya Pratidin
New Update
অসম চুক্তিৰ ৩৯বছৰ উপলক্ষে ধুবুৰীত বন্তি প্ৰজ্বলন কাৰ্যসূচী

ডিজিটেল সংবাদ, ধুবুৰী: সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম চুক্তিৰ ৩৯বছৰ উপলক্ষে আজি সন্ধিয়া সদৌ ধুবুৰী জিলা সন্থাই বন্তি প্ৰজ্বলনেৰে ৮৬০গৰাকী শ্বহীদ লৈ গভীৰ ভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

Advertisment

ধুবুৰী জিলা আছুৰ উপ-সভাপতি জীৱনজ্যোতি বৰুৱা, সম্পাদক ৰূপক ৰায় বেপাৰী সহ সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থা আৰু মটেৰঝাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্ম-কৰ্তাসকলে বুধবাৰে মটেৰঝাৰত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে।

অসম চুক্তি