/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/44a40942-2c2f-4be6-943c-b14f35e3bb7b/assam_police_day.jpg)
ডিজিটেল ডেস্ক : আজি অসম আৰক্ষী দিৱস । নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ প্ৰশংসনীয় অৱদান আগবঢ়োৱাৰ বাবে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ২৬১ গৰাকী বিষয়াক প্ৰদান কৰিব প্ৰশংসা পদক । এই বিষয়া সকল জড়িত অসম আৰক্ষী তথা প্ৰশাসনিক সেৱাৰ সৈতে । এই ২৬১ গৰাকী বিষয়াৰ ৭ গৰাকীলৈ আগবঢ়োৱা হ'ব স্বৰ্ণ পদক আৰু আন ২৫৪ গৰাকীলৈ আগ বঢ়োৱা হ'ব ৰূপৰ পদক ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/2e259e29-b764-4abe-89bc-2cc209bd4e45/Screenshot__45_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/798b1eb0-c225-42ac-b3df-8105fd62ab27/Screenshot__46_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/554e6c87-57a3-4372-9547-2f8af819de36/Screenshot__47_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/fa6b8558-11c7-40b8-8814-0e1d8297349e/Screenshot__48_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/6ac6d46a-40d0-424d-8787-24adf75a9078/Screenshot__49_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/e942ed89-3f88-4880-8ba6-83a2a4b80221/Screenshot__50_.png)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/8d172040-c513-4221-85e2-3c1e52e8f11f/Screenshot__51_.png)
আজি অসম আৰক্ষী দিৱস উদযাপনৰ বাবে ইতিমধ্যেই ৪ৰ্থ আৰক্ষী বেটেলিয়েন খেলপথাৰত আয়োজন কৰা হৈছে এক অনুষ্ঠানৰ । এই অনুষ্ঠানত উপস্থিত থাকি প্ৰশংসা পদক আগ বঢ়াব আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই । ইয়াৰ উপৰিও অনুষ্ঠানটিত অংশগ্ৰহণ কৰিব ৰাজ্যৰ মুখ্য সচীব পৱন কুমাৰ বৰঠাকুৰে ।