অসম আৰক্ষীৰ CIDৰ জালত ৫টা চাইবাৰ অপৰাধী...

অসম আৰক্ষীৰ CIDৰ জালত ৫টা চাইবাৰ অপৰাধী। কামৰূপ জিলাৰ কেইবাটাও স্থানত অভিযান চলাই গ্রেপ্তাৰ কৰে অপৰাধীকেইটাক।

author-image
Asomiya Pratidin
New Update
CIDASSAMPOLICE
  • অসম আৰক্ষীৰ CIDৰ জালত ৫টা চাইবাৰ অপৰাধী।
  • গ্রেপ্তাৰ হাজোৰ মইনুল হক, সৌৰামাৰীৰ মুন কলিতা,
  • সৌৰামাৰীৰ কংকন কলিতা, বালিসত্রৰ হিৰকজ্যোতি কলিতা।
  • গ্রেপ্তাৰ হোৱা আনজন ধূহিৰ মোস্তাকিম আহমেদ।
  • কামৰূপ জিলাৰ কেইবাটাও স্থানত অভিযান চলাই গ্রেপ্তাৰ কৰে অপৰাধীকেইটাক।
  • অপৰাধীকেইটাৰ পৰা বহু ভুৱা নথি, ছিম কাৰ্ড জব্দ।
  • অন্য লোকৰ নথিৰে বহু একাউণ্ট খুলিছিল অপৰাধীকেইটাই।
  • অভিযুক্ত কেইটাই ভুৱা নথিৰে উলিয়াইছিল দুশৰো অধিক ছিমকাৰ্ড।
অসম আৰক্ষী