'অসম আৰক্ষীৰ মুখ্যমন্ত্রী পদক' আৰু 'উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্রীৰ পদক' ঘোষণা...

৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা আপাতকালীন পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে 'অসম আৰক্ষীৰ মুখ্যমন্ত্রী পদক' ঘোষণা কৰা হৈছে...

New Update
ASSAM_POLICE_20

ডিজিটেল ডেস্কঃ  ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে অসম চৰকাৰৰ তৰফৰ পৰা আপাতকালীন পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে 'অসম আৰক্ষীৰ মুখ্যমন্ত্রী পদক' আৰু উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ আৰক্ষী পদক ঘোষণা কৰা হৈছে। অসম আৰক্ষীৰ কোনকেইগৰাকী বিষয়া এই পদকৰ বাবে বাছনি হৈছে তলত সৱিশেষ উল্লেখ কৰা হ'ল-

আপাতকালীন পৰিস্থিতিত আগবঢ়োৱা সেৱাৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক-

Advertisment
  • ইন্দ্রানী বৰুৱা, উপ-আৰক্ষী সঞ্চালক প্রধান (CWR) 
  • গোলাঘাটৰ আৰক্ষী অধীক্ষক ৰাজেন সিং
  • গোৱালপাৰাৰ আৰক্ষী অধীক্ষক নৱনীত মহন্ত
  • শ্রীভূমিৰ আৰক্ষী অধীক্ষক পাৰ্থ প্রতিম দাস
  • ডিমা হাছাওৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰ
  • মাইবঙৰ SDPO ভিকু এল আচুমি, F&ESৰ ষ্টেচন অফিচাৰ প্রশান্ত পেগু
  • গোৱালপাৰা DEFৰ নাওচালক গুণমণি ৰায়
  • F&ESৰ উদ্ধাৰকাৰী দিবাকৰ শইকীয়া

উৎকৃষ্ট সেৱাৰ বাবে মুখ্যমন্ত্রীৰ পদক লাভ ৩৫গৰাকীৰ। তেওঁলোক ক্ৰমে-

আই জি পি বিবেক ৰাজ সিঙলৈ মুখ্যমন্ত্রীৰ উৎকৃষ্ট সেৱা পদক ঘোষণা কৰা হৈছে। উৎকৃষ্ট সেৱা পদক লাভ কৰা আন আৰক্ষীসকল-

  • দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ SP বেদান্ত মাধৱ ৰাজখোৱা
  • মুছলেহ উদ্দিন আহমেদ, অধিনায়ক, 1st APBn, লিগিৰিপুখুৰী
  • লংনিত তেৰাং, সহকাৰী মহাপৰিদৰ্শক (আইন শৃংখলা)
  • চিৰাঙৰ আৰক্ষী অধীক্ষক অক্ষত গাৰ্গ
  • শৰ্মিষ্ঠা বৰুৱা, সহকাৰী মহাপৰিদৰ্শক, উলুবাৰী
  • আছিফ আহমেদ, আৰক্ষী অধীক্ষক, CID, উলুবাৰী
  • মৰমী দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক, CID, উলুবাৰী
  • মৈত্রয়ী ডেকা, অতিৰিক্তি আৰক্ষী উপ আয়ুক্ত (পশ্চিম), গুৱাহাটী
  • অনুৰাগ শৰ্মা, অতিৰিক্তি আৰক্ষী উপ আয়ুক্ত (পূব), গুৱাহাটী
  • দীনেশ প্রতাপ সিং ৰাথোৰ, I/C, সম জিলা, মাৰ্ঘেৰিটা
  • কৃষাণু পাঠক, পৰিদৰ্শক (UB), CID, উলুবাৰী
  • বিজু শৰ্মা, পৰিদৰ্শক (UB), মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষ, ৰূপনগৰ
  • জিতেন দাস, পৰিদৰ্শক (UB), দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষ, শ্রীমন্তপুৰ
  • পংকজ কুমাৰ ভট্টাচাৰ্য, পৰিদৰ্শক (AB), 18th APBn, লামডিং
  • দিলীপ কুমাৰ বৈশ্য, পৰিদৰ্শক (AB), 14th APBn, দৌলাশাল
  • লেখিকা মহন্ত, পৰিদৰ্শক (UB), LBPA, দেৰগাঁও
  • শংকৰ জ্যোতি নাথ, পৰিদৰ্শক (UB), আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, গুৱাহাটী (ম)
  • লাতুক দাস, পৰিদৰ্শক (UB), IBI, DSB, কোকৰাঝাৰ DEF
  • ভাস্কৰ বেজবৰুৱা, পৰিদৰ্শক (UB), শোণিতপুৰ DEF
  • স্বপন কুমাৰ দাস, পৰিদৰ্শক (B), সীমান্ত শাখা, গুৱাহাটী
  • পলাশ বৰা, উপ-পৰিদৰ্শক (UB), শ্রীভূমি, DEF
  • বিশ্বজ্যোতি দুৱৰী, উপ-পৰিদৰ্শক (UB), হাইলাকান্দি, DEF
  • মামনি কুমাৰী, WSI (UB), মৰিগাঁও DEF
  • ৰুণুমী সন্দিকৈ, WSI (P), শোণিতপুৰ DEF
  • বিনোদ কুমাৰ নাথ, ASI (UB), CID, উলুবাৰী
  • প্রাঞ্জল বৰা, ASI (WO/WT), ধুবুৰী DEF
  • ৰাজেশ সাহা, ASI (WO/WT), APRO, গোৱালপাৰা
  • লেঞ্চনায়ক প্রাঞ্জল প্রতীম বৰা, (AB), নগাঁও DEF
  • লেঞ্চনায়ক (AB) জিতেশ কুমাৰ সিং, আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, গুৱাহাটী
  • ৰাহুল দলে, উদ্ধাৰকাৰী, অগ্নি আৰু আপাতকালীন বিভাগ
  • হৰ্ষজিৎ‍ ৰায়, উদ্ধাৰকাৰী, অগ্নি আৰু আপাতকালীন বিভাগ
  • ABC অনুজ কুমাৰ গগৈ, শিৱসাগৰ DEF
  • UBC দীপজ্যোতি লুংথুলু, আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, গুৱাহাটী
  • WPC (UB) পূৰ্ণিমা ৰয়, শ্রীভূমি DEF
অসম আৰক্ষী