/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6a3022d9-3726-4c7a-8724-e6a782e18134/AP_FOR_WEB_police.jpg)
- ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আৰক্ষীলৈ যোগ্য সেৱা পদক ঘোষণা। 
- অসমৰ ৮ গৰাকী আৰক্ষী বিষয়ালৈ সাহসিকতাৰ বঁটা। 
- সাহসিকতাৰ বঁটা লাভ কৰিছে ডি এছ পি প্রকাশ মেধিয়ে। 
- উপ-আৰক্ষী পৰিদৰ্শক ৰূপজ্যোতি নাথ আৰু লাটুক দাসলৈ এই বঁটা। 
- এছ আই মৌব্লিক ব্রহ্ম, অতিৰিক্ত আৰক্ষী অধীক্ষক প্রকাশ সোণোৱাললৈও সাহসিকতাৰ বঁটা। 
- কনিষ্টবল চেমছন টাৰ’, জয় কিৰি টেৰণ, নৱজ্যোতি ৰয়লৈ সাহসিকতাৰ বঁটা। 
- অসম আৰক্ষীৰ ১৩ গৰাকীলৈ বিশেষ সেৱা পদক। 
- এছ পি ৰাজেন সিঙলৈ বিশেষ সেৱা পদক। 
- আৰক্ষী পৰিদৰ্শক ৰূপজ্যোতি দত্ত, দ্বীপেন পাটৰলৈও বিশেষ সেৱা পদক। 
- উপ-আৰক্ষী পৰিদৰ্শক ৰাজকুমাৰ সিং, কমলেশ্বৰ পাণ্ডেলৈ বিশেষ সেৱা পদক। 
- ডি এছ পি সতীশ কুমাৰলৈ আৰক্ষীৰ বিশেষ সেৱা বঁটা। 
- হাবিলদাৰ দেৱেন চন্দ্র বৰা, ৰজনীকান্ত বৰ্মনলৈও বিশেষ সেৱা পদক। 
- এ এছ আই মনোৰঞ্জন কাকতি, এইচ বিশ্ব চন্দ্র সিংহলৈও বিশেষ সেৱা পদক। 
- কনিষ্টবল ইন্দ্র দাস, দিগন্ত বাগলাৰী, নিৰলাবালা কছাৰীলৈও এই বঁটা। 
Also Read: বাক্সাত প্ৰতিবাদী সভাঃ উচ্ছেদৰ বিৰুদ্ধে প্ৰত্যুত্তৰ দিবলৈ সাজু দল-সংগঠন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us