/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/09/dangor-khobr-2.jpg)
dangor khabar
অসম আৰক্ষীৰ বৃহৎ সফলতা।
বৰপেটা, নলবাৰীৰ পৰা বৃহৎ নাৰী সৰবৰাহকাৰী চক্রক গ্রেপ্তাৰ।
এগৰাকী মহিলাসহ ৰাহুল গেঙৰ ৯ নাৰী সৰবৰাহকাৰীক গ্রেপ্তাৰ আৰক্ষীৰ।।
অসমৰ পৰা নাৰী অপহৰণ কৰি বহিঃৰাজ্যত বিক্রী কৰে এই চক্রটোৱে।
ধৃত আলকা বেগম, আখেৰ আলী ওৰফে ৰাহুল, নুৰ মহম্মদ ওৰফে ৰাহুল।
আনোৱাৰ হুছেইন ওৰফে ৰাহুল, ছাদ্দাম হুছেইন, আশ্রাফুল আলম।
আজাদ হুছেইন দেলবৰ হুছেইন, জয়নুৰ আলী।
বৰপেটা আৰক্ষীয়ে হাৰিয়ানাৰ পৰা গ্রেপ্তাৰ কৰে এই চক্রটোক।
হাৰিয়ানা আৰক্ষীৰ সহযোগত গ্রেপ্তাৰ কৰে নাৰী অপহৰণকাৰী চক্রটোক।
চক্রটোৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে বৰপেটা আৰু মঙলদৈৰ দুই যুৱতীক।