/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/31993b3c-9853-4c07-a766-5d8920d60297/agranii.jpg)
MERAPANI
-
মেৰাপানীত পিষ্টলসহ ৩ যুৱকক আটক।
-
আৰক্ষী,চি আৰ পি এফ আৰু আছাম ৰাইফলছৰ অভিযানত আটক কৰা হৈছে যুৱক তিনিজনক।
-
আটকাধীন তিনি যুৱক ক্ৰমে মাছাণ্ড অডিঅ’, ছেম টকবি আৰু কামলেং থাং।
-
এই তিনিও যুৱকৰে ঘৰ নাগালেণ্ডৰ ভাণ্ডাৰীত।
-
অৰুণাচলৰ পৰা মেৰাপানী হৈ নাগালেণ্ডত প্রৱেশৰ সময়তে আটক কৰা হয় তনিওকে।
-
তিনিজনীয়া দলটোৰ পৰা জব্দ কৰা হৈছে নগদ ধন, বহু আপত্তিজনক নথি-পত্র, আৰু মোবাইল ফোন।
-
আৰক্ষী আৰু সেনাৰ দলটোৱে এখন বাইক আৰু এখন এল্ট’ বাহনো জব্দ কৰিছে।