পিলিংকাটাত দুই পক্ষৰ মাজত সংঘৰ্ষঃ আহত কেবাগৰাকী

অসমৰ মহিলাক আক্ৰমণ মেঘালয়ৰ মহিলাৰ। ভূমিকেন্দ্ৰিক বিবাদৰ পৰিণতিত এই সংঘৰ্ষ। এখন ফলক ক'লা চিয়াহীৰে মচি দিয়াৰ পাছত সৃষ্টি হয় উত্তপ্ত পৰিৱেশ।

author-image
Asomiya Pratidin
New Update
dangor-khobr-19
  • উত্তপ্ত অসম-মেঘালয় সীমান্ত
  • বশিষ্ঠৰ পিলিংকাটাত দুই পক্ষৰ মাজত সংঘৰ্ষ।
  • অসমৰ মহিলাক আক্ৰমণ মেঘালয়ৰ মহিলাৰ।
  • ভূমিকেন্দ্ৰিক বিবাদৰ পৰিণতিত এই সংঘৰ্ষ।
  • এখন ফলক ক'লা চিয়াহীৰে মচি দিয়াৰ পাছত সৃষ্টি হয় উত্তপ্ত পৰিৱেশ।
  • পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ঘটনাস্থলীত উপস্থিত আৰক্ষী।
  • এই সংঘৰ্ষত কম-বেচি পৰিমাণে আহত হৈছে কেবাগৰাকী মহিলা।
অসম মেঘালয় সংঘাত অসম-মেঘালয় ভূমি বিবাদ অসম-মেঘালয় মেঘালয় আৰক্ষী