আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি ৯ গৰাকী বিশিষ্ট নাৰীলৈ ২০২৫ বৰ্ষৰ ‘অসম জননী বঁটা’

ৰাজ্যৰ ৯ গৰাকী বিশিষ্ট নাৰীলৈ ২০২৫ বৰ্ষৰ ‘অসম জননী বঁটা’ আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি প্রদান কৰিব বঁটা প্রতিদিন টাইম’ৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীলৈ এই বঁটা

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
স্মিতাক্ষী বি গোস্বামীলৈ  ‘অসম জননী বঁটা’

স্মিতাক্ষী বি গোস্বামীলৈ ‘অসম জননী বঁটা’

  • ৰাজ্যৰ ৯ গৰাকী বিশিষ্ট নাৰীলৈ ২০২৫ বৰ্ষৰ ‘অসম জননী বঁটা’
  • আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি প্রদান কৰিলে বঁটা
  • স্বেচছাসেৱী অনুষ্ঠান মনালিছা ছচাইটিৰ উদ্যোগত বঁটা প্ৰদান অনুষ্ঠান
  • প্রতিদিন টাইম’ৰ পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামীলৈ এই বঁটা
  • অনুষ্ঠানত বঁটা প্ৰদান কৰে প্ৰাক্তন  আই. জি. পি  ভায়োলেট বৰুৱাই
  • আন বঁটাপ্রাপকসকল হ’ল- প্রশাসনিক বিষয়া গীতাঞ্জলি ভট্টাচাৰ্য
  • শিশু বিশেষজ্ঞ ডাঃ নিৱেদিতা গোস্বামী, আন্তঃৰাষ্ট্রীয় খেলুৱৈ অংকুশিতা বড়ো
  • সাংবাদিক এঞ্জেলা চাংমাই, সাংবাদিক অভিলাষা বৰালৈ বঁটা
  • কণ্ঠশিল্পী অৰুন্ধতী ভানুপ্রিয়া, সমাজসেৱিকা বেলা শৰ্মা, অৰুণা ফুকনলৈও বঁটা
  • শুকুৰবাৰে দিছপুৰ প্রেছ ক্লাবত প্রদান কৰিলে এই বঁটা
pratidin time international women's day asomiyapratidin womens day