/asomiyapratidin/media/media_files/2025/04/11/SiC4wSqK4ryXHb9nFK6D.jpeg)
দিনৰ ১০.৩০ বজাত উপলব্ধ হ’ব ফলাফল
ডিজিটেল ডেস্ক: আজি ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। সামাজিক মাধ্যমযোগে এই ঘোষণা কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। দিনৰ ১০.৩০ বজাত অফিচিয়েল ৱেবছাইটত উপলব্ধ হ’ব ফলাফল
পৰীক্ষাৰ্থীয়ে asseb.in, sebaonline.org, results.assam.nic.in , www.assam.siksha
www.indiaresults.com, www.jagaranjosh.com
resultsassam.nic.in, www.schools9.com
www.indianexpres.com, ত লাভ কৰিব ৰিজাল্ট।