১মাৰ্চৰ পৰা কোনো ছুটী নাপায় চৰকাৰী কৰ্মচাৰীসকলে...

ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। ৰাজ্যিক সকলো কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ। ১মাৰ্চ, ২০২৬ৰ পৰা কোনো ছুটী লাভ নকৰিব কৰ্মচাৰীসকলে। 

author-image
Asomiya Pratidin
New Update
BREAKING NEWS
  • ৰাজ্য চৰকাৰৰ সকলো কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ।
  • ৰাজ্যিক সকলো কৰ্মচাৰীলৈ কঠোৰ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।
  • ১মাৰ্চ, ২০২৬ৰ পৰা কোনো ছুটী লাভ নকৰিব কৰ্মচাৰীসকলে। 
  • ৩১মে', ২০২৬ৰ লৈকে এই নিৰ্দেশনা বাহাল থাকিব।
  • নিৰ্বাচনৰ বাবেই এই জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। 
নিৰ্বাচন