New Update
/asomiyapratidin/media/media_files/2025/03/07/w7bpfJVU2VKCyLkK7neY.jpg)
পৰীক্ষাৰ ফলাফল
- ঘোষণা হ’ল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ ফলাফল
- নিশাই অনলাইনযোগে উপলব্ধ হ'ল ফলাফল
- ১৩ লাখ ৩৬ হাজাৰ ১০৬গৰাকী প্রাৰ্থীয়ে তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল
- তৃতীয় বৰ্গৰ পৰীক্ষাৰ্থীৰ স্কীল টেষ্ট অনুষ্ঠিত হ’ব
- লিখিত আৰু স্কীল টেষ্টৰ নম্বৰ যোগ কৰি পৰৱৰ্তী সময়ত পুনৰ ফলাফল ঘোষণা কৰা হ’ব
- ৰোল নম্বৰ আৰু Password টাইপ কৰি ফলাফল লাভ কৰিব
- www.site.sebaonline.org ৱেবছাইটত উপলব্ধ ফলাফল
- www.assam.gov.in ৱেবছাইটতো লাভ কৰিব পৰীক্ষাৰ ফলাফল